জনজাতিকৰণৰ দাবীত মৰাণ জনগোষ্ঠীৰ পুনৰ অনিৰ্দিষ্টকালীন অৰ্থনৈতিক আন্দোলন জনজাতিকৰণৰ দাবীত অব্যাহত আছে মৰাণ জনগোষ্ঠীৰ ধাৰাবাহিক আন্দোলন সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বত মৰাণ জনগোষ্ঠীৰ ছয়টাকৈ জাতীয় সংগঠনৰ সহযোগত আজি পুৱা ৫ বজাৰ পৰা পুনৰ অনিৰ্দিষ্টকালীন অৰ্থনৈতিক আন্দোলন