আজি পহিলা ভাদ।হৰি নামেৰে মুখৰিত মাজুলী

আজি পহিলা ভাদ।হৰি নামেৰে মুখৰিত মাজুলী

আজি পহিলা ভাদ।হৰি নামেৰে মুখৰিত মাজুলী সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীৰ ৩৩ খন সত্ৰ আৰু প্ৰায় তিনি শতাধিক নামঘৰত পহিলা ভাদৰ পৰা মুখৰিত হৈছে হৰিনাম , কীৰ্তনৰ ধ্বনি